প্ৰতি,

সদস্য - সদস্যাবৃন্দ তথা সমূহ ৰাইজ । সকলোলৈকে নমস্কাৰ জনালোঁ । যোৱা গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আলোড়ন মঞ্চৰ পঞ্চমখন ই-আলোচনী “সঞ্জীৱনী”ৰ আজি উন্মোচন কৰা হয় ।
ই-আলোচনীখনৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী ব্যক্তিলৈ মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । আলোচনীখন পাবৰ বাবে লিংকটোত ক্লিক কৰক - https://heyzine.com/flip-book/2d641be969.html
যোৱা কালি অৰ্থাৎ ৫ নৱেম্বৰ তাৰিখে যোৱা গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আলোড়ন মঞ্চৰ চতুৰ্থ সংখ্যক ই-আলোচনী “সঞ্জীৱনী”ৰ উন্মোচন কৰা হয়। ই-আলোচনীখনৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী ব্যক্তিলৈ মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । মঞ্চৰ সমূহ সদস্যবৃন্দলৈ আন্তৰিক অভিনন্দন।
আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত সু দিহা-পৰামৰ্শ আগবঢ়াই যোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।
লেখা সমূহ আমালৈ প্ৰেৰণ কৰি আমাক উৎসাহ যোগোৱাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ।
আলোড়ন মঞ্চ দীৰ্ঘস্থায়ী হওঁক।
জয়তু আলোড়ন মঞ্চ।।।

Post a Comment

0 Comments