মোৰ তোমাৰ প্ৰতি থকা
দুৰ্বলতাৰ কথা ।
সেই প্ৰেমৰ হাবিয়াসৰ কথা ।
নাই
আৰু নিলিখো
মাথোঁ লিখিম এতিয়া মই
মৃত্যুৰ সীপাৰৰ দেশৰ কথা ।
লিখিম মই
শৰতৰ জোনাক নিশাত
কুঁৱলীয়ে আৱৰি ৰখা
মোৰ সপোনৰ কথা ॥
মোৰ তোমাৰ প্ৰতি থকা
দুৰ্বলতাৰ কথা ।
সেই প্ৰেমৰ হাবিয়াসৰ কথা ।
নাই
আৰু নিলিখো
মাথোঁ লিখিম এতিয়া মই
মৃত্যুৰ সীপাৰৰ দেশৰ কথা ।
লিখিম মই
শৰতৰ জোনাক নিশাত
কুঁৱলীয়ে আৱৰি ৰখা
মোৰ সপোনৰ কথা ॥
0 Comments